Baahi by xomoy

Rename playlist

Enter new name

Bauli Mon, Listen the songs of  Bauli Mon, Play the songs of Bauli Mon, Download the songs of Bauli Mon

Bauli Mon

Copyright © 7SIS MEDIA

Similar Songs

About song

Artists :Subasana Sarmah
Genre :Folk
29 Plays
Music: Sibananda Baurah
Tune: Subasana Sarmah
Lyricist:Atul Barthakur
Composition:Subasana Sarmah
Copyright © 7SIS MEDIA

Lyrics

এখুজি দুখুজি কৈ
বহাগে আহিলে ঐ
পদুলি মুখতে মই
ৰৈ আছো তোলৈ
ৰাতি সপোনতে ঐ
দেখো তোকে মই ঐ
কিমান মৰম
তোৰে বুকুত
আছে মোলৈ ।

চেনাই তই আহিবিনে নাই
মৰম তোৰ আছেনে নাই
বুজি তই পাইছনে নাই
তইয়ে মোৰে কলিজাৰে ধন ৷


ক্দমনি পথাৰত
ধানে দাই আছিলো
ধান পাতে বিন্ধিলে গা
তোলৈ চাওঁতে
চকু মোৰ বিষালে
লাগিল গাত
প্ৰেমৰে বা ৷

তই মোৰ চেনেহৰ ধন
তোলৈকে যাবৰে মন
বাউলী কৰিলি মন
কেতিয়ানো আহিবি তই ৷

মৰমৰ দীঘেৰে
চেনেহৰ বাণিৰে
বৈছো বিহুৱান মই
বকুলবৰা ধানৰ
চিৰা মই থৈছো
ম’হঘুলিৰ চাপৰিৰ দৈ ৷

তই কথা দিছিলি
আহিমে বুলিছিলি
আভুৱা ভাৰিলি মোক
সঁচাই জানো
আহিবি অ’ই
সঁচাই জানো
আহিবি অ’ই
অ’ চেনাই
সঁচাই জানো
আহিবি অ’ই ।